XtGem Forum catalog
IMG 20140613 212201
অসমী , দুমহীয়া অসমীয়া ই - আলোচনী, প্ৰথম বছৰ , প্ৰথম সংখ্যা। জুলাই - আগষ্ট, ২০১৪।

আগকথা


বৰ্তমান সময়ত ইন্টাৰনেটতে ব্যাপক প্ৰসাৰ লাভ কৰাৰ লগে লগে ই- আলোচনী সমূহেও প্ৰসাৰ লাভ কৰিছে। এই ই - আলোচনী সমুহ হৈছে ইন্টাৰনেট সাহিত্যৰ এক অংগ । কিন্তু অসমীয়া ইন্টাৰনেট সাহিত্যৰ ব্যাপক প্ৰসাৰ লাভ কৰিব পৰা নাই। বৰ্তমান ইন্টাৰনেটত সীমিত সংখ্যক অসমীয়া আলোচনী পোৱা যায়। কিছুদিনৰ আগলৈকে অসমীয়া ইন্টাৰনেট সাহিত্যই বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাছিল । ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্তি হোৱাৰে পাছৰে পৰা অসমীয়া ইন্টাৰনেট সাহিত্যই প্ৰসাৰ লাভ কৰে। ২০১০ চনৰ ১৩ মাৰ্চত প্ৰথম খন অসমীয়া ই - আলোচনী এনাজৰী ডত কমে প্ৰকাশ লাভ কৰে। আনহাতে ইন্টাৰনেটত অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ গলে প্ৰথমে নাম আহে ফেচবুকৰ। ফেচবুকতেই সৰ্বাধিক অসমীয়া সাহিত্যৰ চৰ্চা কৰা হয়। অসমীয়া ই - আলোচনী বেলিকা দেখা যায় যে বেছিভাগ আলোচনী ফেচবুকৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। যিকিনহওক এই সাহিত্যমূলক লেখনি ফেচবুক মাজতেই আবদ্ধ নাৰাখি অন্যান্যৰ প্ৰতি উলিয়াই দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস স্বৰূপে অসমীক নিৰ্মাণ কৰি উলিওৱা হৈছে । আমাৰ উদ্দেশ্য হব নব প্ৰজন্মৰ সাহিত্য মূলক লেখনি সমূহ প্ৰকাশ আৰু প্ৰচাৰ কৰা । ই- আলোচনীখন নিৰ্মাণ কৰোঁতে কাৰিকৰী অসুবিধাই হওঁক বা অনভিজ্ঞতা বাবেই হওঁক যথেষ্ট বিসংগতি ৰৈ গৈছে । ই- আলোচনীখন এটা ভাল ৱেবচাইট নিৰ্মাণ কৰা আশা আছিল যদিও বিশেষকৈ আৰ্থিক অসুবিধাৰ হৈ নুঠিল। এই ই- আলোচনীখন বিশেষকৈ মোবাইল ব্যৱহাৰকাৰী সকলৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে । ৱেবচাইটত থকা সীমিত সুবিধাৰ বাবে অনিচ্ছা স্বতেও বিসংগতি ৰৈ গৈছে । ত্বস্বতেও আমি আশা ৰাখিলো অসমী যেন সকলোৱে আদৰি লয়।
সম্পাদনা সমিতিসম্পাদনা সমিতি
শিতান সমূহ
-----------------
কবিতা----------------------
©কবিতা©
----------------------
গল্প©গল্প©
----------------------
চিত্ৰশিল্প আৰু ফটোগ্ৰাফী©চিত্ৰশিল্প আৰু ফটোগ্ৰাফী©
----------------------
কাৰ্টুন©কাৰ্টুন©
--------------------
আমাৰ গাঁও©আমাৰ গাঁওখনি©
------------------------
শিল্প কৰ্ম(মাজুলীৰ শিল্প)©শিল্প কৰ্ম(মাজুলীৰ শিল্প)©
----------------------
নীলা খামৰ চিঠি©নীলা খামৰ চিঠি©(২টা)-----------------------
প্ৰেমৰ প্ৰথম জাক বৰষুণ©প্ৰেমৰ প্ৰথম জাক বৰষুণ©
------------------------

আলোচনীখন পঢ়ি আপুনি কেনে পালে জনাবৰ বাবে তলত ক্লিক কৰক।
আপোনাৰ মন্তব্য প্ৰদান কৰক

আপোনাৰ মন্তব্য প্ৰদান কৰক

প্ৰস্থান কৰক
মন্তব্য :

Post a comment

যোগাযোগযোগাযোগ
কপিৰাইত © বাই "অসমী"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।